মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ আবকাৰী আবকাৰী আয়ুক্তালয়

ভাটিখানাসমূহৰ বিনিয়ম

বটলিং গোটৰ নিয়ন্ত্ৰণ আৰু বিনিয়ম

প্ণালী বিৱৰণ

প্ৰণালী বিশেষসবিশেষ

প্ৰণালী নাম

বটলিং গোটৰ নিয়ন্ত্ৰণ আৰু বিনিয়ম

 

প্ৰণালী উদ্দেশ্য

বটলিং গোটৰ নিৰীক্ষণ কৰা

 

প্ৰণালী গৰাকী

গোটত আবকাৰী বিষয়া

 

প্ৰণালী অংশগ্ৰহণকাৰীসকল

অনুজ্ঞা(কাৰখানা), ভটিখানাৰ অনুজ্ঞাধাৰী, আবকাৰী বিষয়া/আবকাৰী আয়ুক্তালয়, অনুমতি পত্ৰ জাৰি কৰা কৰ্তৃপক্ষ, ৰাসায়নিক পৰীক্ষক

 

ইনপুট

নংবিৱৰণবিন্যাসসমৰ্থনকাৰী নথিপত্ৰউৎস

মদৰ ৰছিদৰ পঞ্জী

প্ৰযোজ্য নহয়

পৰিবহন পাছ

অনুজ্ঞাধাৰী, আবকাৰী বিষয়া

 

As-Is Process

ফলাফল

ক্ৰমাংকবিৱৰণবিন্যাসসমৰ্থনকাৰী নথিপত্ৰলক্ষ্য

ফৰ্ম আৰু পঞ্জীৰ কাৰণে  কোনো নিৰ্ধাৰিত বিন্যাস নাই

নিৰ্ধাৰিত নহয়

নাই

অনুজ্ঞাধাৰী, আবকাৰী বিষয়া

 

গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানসমূহ আৰু প্ৰক্ৰিয়া অন্তৰাল

ক্ৰমাংকপ্ৰক্ৰিয়া পদক্ষেপপ্ৰক্ৰিয়া বিৱৰণমন্তব্য/ প্ৰত্যাহ্বানসমূহ

অনুৰোধৰ পৰীক্ষা

পৰিবহন পাছ প্ৰদানকাৰী কৰ্তৃপত্ক্ষই অনুৰোধ পৰীক্ষা কৰে

দৰকাৰী সকলো ম্যান্যুৱেলী ৰখা নথি লেখ্যৰ কাৰণে অনুজ্ঞাধাৰীৰ তথ্য, অতীতৰ চাহিদা আৰু বৰ্তমানৰ জমাপঞ্জীৰ ভিত্তিত আবেদন পত্ৰৰ পৰীক্ষা সাধাৰণতে ব্যক্তিভিত্তিক

চলান ৰাজহ সংগ্ৰহ কৰাৰ কাৰণে পৰীক্ষা কৰা হয় কিন্তু ম্যানুৱেল নথি লেখ্যৰ কৰণে ইয়াক পৰীক্ষা কৰাটো কঠিন আৰু বেংক/ ট্ৰেজাৰীৰ তথ্যৰ পৰা বিচ্ছিন্ন হৈ পৰে।

অনুৰোধ প্ৰেৰণ

অনুজ্ঞা প্ৰদানকৰী কৰ্তৃপক্ষই অনুৰোধ প্ৰেৰণ কৰে

দৰকাৰী সকলো ম্যান্যুৱেলী ৰখা নথি লেখ্যৰ কাৰণে অনুজ্ঞাধাৰীৰ তথ্য, অতীতৰ চাহিদা আৰু বৰ্তমানৰ জমাপঞ্জীৰ ভিত্তিত আবেদন পত্ৰৰ পৰীক্ষা সাধাৰণতে ব্যক্তিভিত্তিক

 

চলান ৰাজহ সংগ্ৰহ কৰাৰ কাৰণে পৰীক্ষা কৰা হয় কিন্তু ম্যানুৱেল নথি লেখ্যৰ কৰণে ইয়াক পৰীক্ষা কৰাটো কঠিন আৰু বেংক/ ট্ৰেজাৰীৰ তথ্যৰ পৰা বিচ্ছিন্ন হৈ পৰে।

মদ প্ৰেৰণ

পৰিবহন পাছৰ ওপৰত সামগ্ৰীৰ বিষয়টো ভিত্তি কৰে

উত্পাদনকাৰী গোট/ আমদানীকাৰকে সামগ্ৰীৰ পাইকাৰী প্ৰদান কৰে ডব্লিউ.এইচ. অনুজ্ঞাধাৰীয়ে চালানৰ আৰু সামগ্ৰীৰ মূল্য পৰিশোধ কৰে

পাইকাৰী গোদামে খুচুৰা অনুজ্ঞাধাৰীক সামগ্ৰীসমূহ প্ৰদান কৰে কিন্তু টি.পি. সত্যতা পৰীক্ষা নকৰে

মদৰ ৰছিদ

অনুজ্ঞাধাৰীয়ে নিজৰ অনুজ্ঞাপ্ৰাপ্ত প্ৰাঙ্গনলৈ মদ নিয়ে

পাইকাৰী গোট/ আমদানিকাৰীৰ পাইকাৰী ডব্লিউ.এইচ.  প্ৰাঙ্গন নিৰীক্ষণ কৰাটো কঠিন

ডব্লিউ.এইচ.ৰ পৰা খুচুৰা অনুজ্ঞাধাৰীৰ প্ৰাঙ্গনলৈ পৰিবহনৰ কোনো নিৰীক্ষণ নাথাকে

 

প্ৰক্ৰিয়া সময়ৰেখা

প্ৰক্ৰিয়া সমাপ্তিৰ কাৰণে কোনো সময়ৰেখা বা দুটা ফলপ্ৰসূ পদক্ষেপৰ বাবে নিৰ্ধাৰিত বা সংজ্ঞা পোৱা নাযায়। অধিক্ৰয়, সংগ্ৰহণ আৰু প্ৰেৰণ অনুজ্ঞাধাৰীৰ ব্যৱসায় চাহিদাৰ ওপৰত নিৰ্ভৰশীল। একাধিক পঞ্জী ৰখাটো আৱশ্যক। সকলো নথি লেখ্যক মেনুৱেল ৰূপত ধৰি ৰখাটো কঠিন যিহেতু এইবোৰ ক্ৰুটি পূৰ্ণ আৰু সময়ৰেখাৰ ভিতৰত এক আৰ্হি প্ৰস্তুত কৰি তথ্য আহৰণ কৰাটো কঠিন।