মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ আবকাৰী আবকাৰী আয়ুক্তালয়

ভাটিখানাসমূহৰ বিনিয়ম

নিয়ন্ত্ৰণ আৰু বিনিয়ম ব্যৱস্থা

নিয়ন্ত্ৰণ আৰু বিনিয়ম হল বিভাগটোৰ এটা অন্যতম মুখ্য কাৰ্য। এই কাৰ্যই মদ উত্পাদন আৰু বিতৰণৰ সম্পূৰ্ণ শৃংখলটোত আবকাৰী কৰৰ অধীন সামগ্ৰীসমূহৰ নিয়ন্ত্ৰণক বুজায়। য়াত, ভাঁটি, বীয়েৰৰ ভাঁটি, কেঁচা সামগ্ৰী আৰু বটলত মজুতকৰণ ক্ষেত্ৰসমূহত সম্পূৰ্ণ হোৱা উত্পাদনসমূহৰ আসোঁৱাহ লক্ষ্য তথা নিয়ন্ত্ৰণ জড়িত হৈ আছে।

            সকলো পৰিবহন/ৰপ্তানি মাচুল, অতিৰিক্ত বটলত মজুতকৰণ আদিৰ মাচুল ইত্যাদি কেৱল ট্ৰেজাৰী চালানৰ মাধ্যমেৰেহে সংগ্ৰহ কৰা হয়। প্ৰযোজ্য দৰৰ বাবে পৰিশিষ্ট ২, ৩ আৰু ৪ নিৰ্দ্ধাৰিত হব পাৰে।