মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ আবকাৰী আবকাৰী আয়ুক্তালয়

বিক্ৰী নিষিদ্ধ

বিক্ৰী নিষিদ্ধ-

  • কৰ্মৰত অৱস্থাত থকা যিকোনো ৰেলৱে কৰ্মচাৰী
  • যিকোনো আবকাৰী কৰ্মচাৰী আৰু ইউনিফৰ্ম পৰিহিত বা কৰ্মৰত হৈ নথকা যিকোনো পদবীৰ আৰক্ষী কৰ্মচাৰী
  • আৰক্ষী বেষ্টনীত থকা যিকোনো যাযাবৰ
  • যিকোনো পগলা মানুহ
  • ২১ বছৰৰ কম বয়সৰ মানুহ
  • মদ্যপান কৰি বা নিচাযুক্ত দ্ৰব্য খাই অহা বা খোৱা বুলি বিশ্বাস কৰা যিকোনো মানুহ
  • ভাৰতীয় সেনাবাহিনীৰ যিকোনো নন-কমিচনড্ অফিচাৰ বা সেনা, ভাৰতীয় নৌ-বাহিনীৰ যিকোনো নন-কমিচনড অফিচাৰ বা নাবিক, ভাৰতীয় বায়ু সেনা বাহিনীৰ যিকোনো নন-কমিচনড অফিচাৰ বা এয়াৰমেন।
  • যিকোনো গাড়ীৰ চালক