মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ আবকাৰী আবকাৰী আয়ুক্তালয়

অনুজ্ঞাপত্ৰৰ মাচুল

ক্ৰমিক নংঅনুজ্ঞাপত্ৰৰ প্ৰকাৰউত্পাদন ক্ষমতাঅনুজ্ঞাপত্ৰৰ মাচুলৰ হাৰ

পৰিশোধন প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ

বাৰ্ষিক ৩০ লাখ লিটাৰলৈ

বাৰ্ষিক ২০,০০,০০০ টকা

 

 

বাৰ্ষিক ৩০ লাখৰ পৰা ৬০ লাখ লিটাৰলৈ

বাৰ্ষিক ৪০,০০,০০০ টকা

 

বাৰ্ষিক ৬০ লাখ লিটাৰৰ ওপৰৰ

বাৰ্ষিক ৫০,০০,০০০ টকা

ব্ৰীৱেৰি অনুজ্ঞাপত্ৰ (বীয়েৰৰ পণ্যাগাৰ)

বাৰ্ষিক ৮০ লাখ আয়তন লিটাৰলৈকে

বাৰ্ষিক ২০,০০,০০০ টকা আৰু বটলত মজুতকৰণ মাচুল বাৰ্ষিক ৩,০০,০০০ টকা

 

 

বাৰ্ষিক ৮০ লাখ আয়তন লিটাৰৰ

বাৰ্ষিক ৩০,০০,০০০ টকা আৰু বটলত মজুতকৰণ মাচুল বাৰ্ষিক ৪,০০,০০০ টকা

IMFL  সমন্বয় আৰু সংমিশ্ৰণ

 

বাৰ্ষিক ৩,০০,০০০ টকা

 

ৰপান্তৰকৰণ আৰু বটলত মজুতকৰণ

বাৰ্ষিক ৩০ লাখ লিটাৰলৈ

বাৰ্ষিক ৩,০০,০০০ টকা

 

অতিৰিক্ত বটলত মজুতকৰণৰ মাচুল

৩০ লাখ লিটাৰতকৈ বেছি হোৱা প্ৰতি বাৰ

৭৫০ মিলি লিটাৰ বা সম পৰিমাণৰ প্ৰতি বাকচত ১৫ টকা

IMFL চুক্তিবদ্ধ পণ্যাগাৰ

চুক্তিৰ সীমা ৫০ লাখ টকালৈ

বাৰ্ষিক ৪,৫০,০০০ টকা

 

 

 

চুক্তিৰ সীমা ৫০ লাখৰ পৰা ১ কোটি টকালৈ

বাৰ্ষিক ৭,৫০,০০০ টকা

 

 

চুক্তিৰ সীমা ১ কোটি আৰু তাৰ ওপৰৰ হলে

বাৰ্ষিক ১০,০০,০০০ টকা

আই.এম.এফ.এল. পাইকাৰী

 

বাৰ্ষিক ৫,০০,০০০ টকা

 

১০

IMFL“OFF”

 চহৰাঞ্চলৰ বাবে

বাৰ্ষিক ২,০০,০০০ টকা

 

 

 

 গ্ৰামাঞ্চলৰ বাবে

বাৰ্ষিক ১,০০,০০০ টকা

 

১১

বীয়েৰ “OFF”

 

বাৰ্ষিক ১,০০,০০০ টকা

 

১২

IMFL ‘ON’ 5*  আৰু ওপৰৰ

 

বাৰ্ষিক ৪,০০,০০০ টকা

 

১৩

IMFL ‘ON ‘ 2*  আৰু ওপৰৰ কিন্তু ৫* ৰ তলৰ

 

বাৰ্ষিক ২,০০,০০০ টকা

 

১৪

বীয়েৰ বাৰ

 

বাৰ্ষিক ১,৫০,০০০ টকা

 

১৫

IMFL ‘ON’ ৰেষ্টুৰেণ্ট

চহৰাঞ্চলৰ বাবে

বাৰ্ষিক ২,৫০,০০০ টকা

 

 

 

গ্ৰামাঞ্চলৰ বাবে

বাৰ্ষিক ১,০০,০০০ টকা

 

১৬

IMFL ‘ON’ হোটেল

চহৰাঞ্চলৰ বাবে

বাৰ্ষিক ২,৫০,০০০ টকা

 

১৭

IMFL ‘ON’ হোটেলত মাইক্ৰব্ৰীৱেৰি আৰু IMFL ‘ON’ ৰেষ্টুৰেণ্ট অনুজ্ঞাপত্ৰ প্ৰাঙ্গনত কেৱল

 

বাৰ্ষিক ৫,০০,০০০ টকা

১৮

ক্লাৱ ON

 

বাৰ্ষিক ১,০০,০০০ টকা

 

১৯

অস্থায়ী বাৰ

 

প্ৰতি দিনে ১০,০০০ টকা

 

২০

অনুজ্ঞাপ্ৰাপ্ত হোটেল আৰু ৰেষ্টুৰেণ্টসমূহ আৰু ইয়াৰ সৈতে সংলগ্ন বাৰসমূহক প্ৰদান কৰা দেৰিকৈ বন্ধ কৰাৰ অনুজ্ঞাপত্ৰ

পৰ্যটন বিভাগৰ দ্বাৰা যথাযথভাৱে পঞ্চতাৰকা আৰু ওপৰৰ তাৰকা খচিত হিচাপে বিবেচিত হোৱা হোটলত, প্ৰাঙ্গনতে সেৱন কৰিবৰ বাবে

বাৰ্ষিক ৩,০০,০০০ টকা

 

 

পৰ্যটন বিভাগৰ দ্বাৰা যথাযথভাৱে ২ তাৰকা আৰু ওপৰৰ কিন্তু ৫ তাৰকাৰ তলৰ হিচাপে বিবেচিত হোৱা হোটলত, প্ৰাঙ্গনতে সেৱন কৰিবৰ বাবে

বাৰ্ষিক ১,৫০,০০০ টকা

 

 

অন্য অনুজ্ঞাপত্ৰখন এটা ৰেজিমেণ্টত সুৰা যোগানৰ বাবে হয়

বাৰ্ষিক ৭৫,০০০ টকা

২১

কেণ্টিন ভাড়াতীয়া ব্যৱস্থাৰ অধীনত স্থাপিত মিলিটাৰী কেণ্টিনত বিদেশী সুৰাৰ খুচুৰা বিক্ৰীৰ অনুজ্ঞাপত্ৰ

যেতিয়া অনুজ্ঞাপত্ৰখন এটা ৰেজিমেণ্টত সুৰা যোগানৰ বাবে হয়

বাৰ্ষিক ১০,০০০ টকা

 

 

যেতিয়া অনুজ্ঞাপত্ৰখন এটা সৰু গোটলৈ সুৰা যোগানৰ বাবে হয়

বাৰ্ষিক ৭,০০০ টকা