ক্ৰমিক নং | অনুজ্ঞাপত্ৰৰ প্ৰকাৰ | উত্পাদন ক্ষমতা | অনুজ্ঞাপত্ৰৰ মাচুলৰ হাৰ |
---|---|---|---|
১ | পৰিশোধন প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ | বাৰ্ষিক ৩০ লাখ লিটাৰলৈ | বাৰ্ষিক ২০,০০,০০০ টকা
|
২ |
| বাৰ্ষিক ৩০ লাখৰ পৰা ৬০ লাখ লিটাৰলৈ | বাৰ্ষিক ৪০,০০,০০০ টকা |
৩ |
| বাৰ্ষিক ৬০ লাখ লিটাৰৰ ওপৰৰ | বাৰ্ষিক ৫০,০০,০০০ টকা |
৪ | ব্ৰীৱেৰি অনুজ্ঞাপত্ৰ (বীয়েৰৰ পণ্যাগাৰ) | বাৰ্ষিক ৮০ লাখ আয়তন লিটাৰলৈকে | বাৰ্ষিক ২০,০০,০০০ টকা আৰু বটলত মজুতকৰণ মাচুল বাৰ্ষিক ৩,০০,০০০ টকা |
|
| বাৰ্ষিক ৮০ লাখ আয়তন লিটাৰৰ | বাৰ্ষিক ৩০,০০,০০০ টকা আৰু বটলত মজুতকৰণ মাচুল বাৰ্ষিক ৪,০০,০০০ টকা |
৫ | IMFL সমন্বয় আৰু সংমিশ্ৰণ |
| বাৰ্ষিক ৩,০০,০০০ টকা
|
৬ | ৰপান্তৰকৰণ আৰু বটলত মজুতকৰণ | বাৰ্ষিক ৩০ লাখ লিটাৰলৈ | বাৰ্ষিক ৩,০০,০০০ টকা
|
৭ | অতিৰিক্ত বটলত মজুতকৰণৰ মাচুল | ৩০ লাখ লিটাৰতকৈ বেছি হোৱা প্ৰতি বাৰ | ৭৫০ মিলি লিটাৰ বা সম পৰিমাণৰ প্ৰতি বাকচত ১৫ টকা |
৮ | IMFL চুক্তিবদ্ধ পণ্যাগাৰ | চুক্তিৰ সীমা ৫০ লাখ টকালৈ | বাৰ্ষিক ৪,৫০,০০০ টকা
|
|
| চুক্তিৰ সীমা ৫০ লাখৰ পৰা ১ কোটি টকালৈ | বাৰ্ষিক ৭,৫০,০০০ টকা |
|
| চুক্তিৰ সীমা ১ কোটি আৰু তাৰ ওপৰৰ হলে | বাৰ্ষিক ১০,০০,০০০ টকা |
৯ | আই.এম.এফ.এল. পাইকাৰী |
| বাৰ্ষিক ৫,০০,০০০ টকা
|
১০ | IMFL“OFF” | চহৰাঞ্চলৰ বাবে | বাৰ্ষিক ২,০০,০০০ টকা
|
|
| গ্ৰামাঞ্চলৰ বাবে | বাৰ্ষিক ১,০০,০০০ টকা
|
১১ | বীয়েৰ “OFF” |
| বাৰ্ষিক ১,০০,০০০ টকা
|
১২ | IMFL ‘ON’ 5* আৰু ওপৰৰ |
| বাৰ্ষিক ৪,০০,০০০ টকা
|
১৩ | IMFL ‘ON ‘ 2* আৰু ওপৰৰ কিন্তু ৫* ৰ তলৰ |
| বাৰ্ষিক ২,০০,০০০ টকা
|
১৪ | বীয়েৰ বাৰ |
| বাৰ্ষিক ১,৫০,০০০ টকা
|
১৫ | IMFL ‘ON’ ৰেষ্টুৰেণ্ট | চহৰাঞ্চলৰ বাবে | বাৰ্ষিক ২,৫০,০০০ টকা
|
|
| গ্ৰামাঞ্চলৰ বাবে | বাৰ্ষিক ১,০০,০০০ টকা
|
১৬ | IMFL ‘ON’ হোটেল | চহৰাঞ্চলৰ বাবে | বাৰ্ষিক ২,৫০,০০০ টকা
|
১৭ | IMFL ‘ON’ হোটেলত মাইক্ৰব্ৰীৱেৰি আৰু IMFL ‘ON’ ৰেষ্টুৰেণ্ট অনুজ্ঞাপত্ৰ প্ৰাঙ্গনত কেৱল |
| বাৰ্ষিক ৫,০০,০০০ টকা |
১৮ | ক্লাৱ ON |
| বাৰ্ষিক ১,০০,০০০ টকা
|
১৯ | অস্থায়ী বাৰ |
| প্ৰতি দিনে ১০,০০০ টকা
|
২০ | অনুজ্ঞাপ্ৰাপ্ত হোটেল আৰু ৰেষ্টুৰেণ্টসমূহ আৰু ইয়াৰ সৈতে সংলগ্ন বাৰসমূহক প্ৰদান কৰা দেৰিকৈ বন্ধ কৰাৰ অনুজ্ঞাপত্ৰ | পৰ্যটন বিভাগৰ দ্বাৰা যথাযথভাৱে পঞ্চতাৰকা আৰু ওপৰৰ তাৰকা খচিত হিচাপে বিবেচিত হোৱা হোটলত, প্ৰাঙ্গনতে সেৱন কৰিবৰ বাবে | বাৰ্ষিক ৩,০০,০০০ টকা |
|
| পৰ্যটন বিভাগৰ দ্বাৰা যথাযথভাৱে ২ তাৰকা আৰু ওপৰৰ কিন্তু ৫ তাৰকাৰ তলৰ হিচাপে বিবেচিত হোৱা হোটলত, প্ৰাঙ্গনতে সেৱন কৰিবৰ বাবে | বাৰ্ষিক ১,৫০,০০০ টকা |
|
| অন্য অনুজ্ঞাপত্ৰখন এটা ৰেজিমেণ্টত সুৰা যোগানৰ বাবে হয় | বাৰ্ষিক ৭৫,০০০ টকা |
২১ | কেণ্টিন ভাড়াতীয়া ব্যৱস্থাৰ অধীনত স্থাপিত মিলিটাৰী কেণ্টিনত বিদেশী সুৰাৰ খুচুৰা বিক্ৰীৰ অনুজ্ঞাপত্ৰ | যেতিয়া অনুজ্ঞাপত্ৰখন এটা ৰেজিমেণ্টত সুৰা যোগানৰ বাবে হয় | বাৰ্ষিক ১০,০০০ টকা |
|
| যেতিয়া অনুজ্ঞাপত্ৰখন এটা সৰু গোটলৈ সুৰা যোগানৰ বাবে হয় | বাৰ্ষিক ৭,০০০ টকা |