মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ আবকাৰী আবকাৰী আয়ুক্তালয়

ভাটিখানাসমূহৰ বিনিয়ম

মদৰ ভাটিখানাসমূহৰ নিয়ন্ত্ৰণ আৰু বিনিয়ম

প্ৰণালী বিৱৰণ

Swipe to view
প্ৰণালী বিশেষসবিশেষ

প্ৰণালী নাম

ভাটিখানাসমূহৰ নিয়ন্ত্ৰণ আৰু বিনিয়ম

 

প্ৰণালী উদ্দেশ্য

বীয়াৰ উৎপাদনৰ নিৰীক্ষণ কৰা

 

প্ৰণালী গৰাকী

আবকাৰী বিষয়া

 

প্ৰণালী অংশগ্ৰহণকাৰীসকল

ভটিখানাৰ অনুজ্ঞাধাৰী, আবকাৰী বিষয়া/এছ.ও.ই., অনুমতি পত্ৰ জাৰি কৰা কৰ্তৃপক্ষ, ৰাসায়নিক পৰীক্ষক

 

ইনপুট

Swipe to view
নংবিৱৰণবিন্যাসসমৰ্থনকাৰী নথিপত্ৰউৎস

ব্ৰিউ পঞ্জী

নিৰ্ধাৰিত বিন্যাস

প্ৰযোজ্য নহয়

অনুজ্ঞাধাৰী, আবকাৰী বিষয়া

 

As-Is Process

ফলাফল

Swipe to view
ক্ৰমাংকবিৱৰণবিন্যাসসমৰ্থনকাৰী নথিপত্ৰলক্ষ্য

অনুজ্ঞা

নিৰ্ধাৰিত বিন্যাস

নাই

অনুজ্ঞাধাৰী, আবকাৰী বিষয়া

পৰিবহন পাছ

নিৰ্ধাৰিত বিন্যাস

নাই

অনুজ্ঞাধাৰী, আবকাৰী বিষয়া

 

গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানসমূহ আৰু প্ৰক্ৰিয়া অন্তৰাল

Swipe to view
ক্ৰমাংকপ্ৰক্ৰিয়া পদক্ষেপপ্ৰক্ৰিয়া বিৱৰণমন্তব্য/ প্ৰত্যাহ্বানসমূহ

কেঁচামালৰ ৰচিদ

অনুজ্ঞাধাৰীৰ পৰা কেঁচামাল লাভ কৰা হয়

আবকাৰী বিষয়াই কেঁচামালৰ ৰচিদ এই পঞ্জীসমূহ নিৰীক্ষণ নকৰে

মদ তৈয়াৰৰ প্ৰস্তুতি

নিবন্ধিত ব্ৰান্ডৰ বাবে মনোনীত টেঙ্ক/ডাঙৰ পাত্ৰত মদ প্ৰস্তুত কৰা হয়

নথি লেখ্যৰ কাৰণে সংক্ষিপ্ত পুথি পঞ্জী বজাই ৰখা হয়

আবকাৰী বিষয়াই এই পঞ্জীসমূহ নিৰীক্ষণ নকৰে

বীয়াৰ উত্পাদনৰ কাৰণে মানসম্পন্ন প্ৰক্ৰিয়া অনুসৰণ কৰা হয়

 

অনুজ্ঞাধাৰীৰ দ্বাৰা মদৰ ব্যাটচ্ নম্বৰ নিৰ্দিষ্ট কৰা হয়

মদ সংগ্ৰহ

উৎপাদিত বীয়াৰ উজ্জ্বল বীয়াৰ টেঙ্কত সংগ্ৰহ কৰা হয়

উৎপাদিত মদ ডাঙৰ পাত্ৰত সংগ্ৰহ কৰা হয় আৰু ব্ৰিউ পঞ্জী আপডেট কৰা হয়

সংক্ষিপ্ত পুথি পঞ্জী ক্ৰুটি প্ৰবণ হয় আৰু ক্ৰছ ৰেফাৰেন্স আৰু পুনৰ্মিলনৰ কাৰণে কঠিন হয়

অনুমোদিত ক্ষতি উপযুক্তভাৱে ইউনিট কাৰ্য্যকৰী বৈশিষ্টৰ লগত সংযুক্ত নহয়

উৎপাদনত সীমিত দৃশ্যমান আছে

 

বীয়াৰ সংগ্ৰহণ

ডাঙৰ পাত্ৰত মদৰ সংগ্ৰহণ কৰি ৰখা হয়

উৎপাদিত মদ ডাঙৰ পাত্ৰত সংগ্ৰহ কৰা হয় আৰু  পঞ্জী আপডেট কৰা হয়

সংক্ষিপ্ত পুথি পঞ্জী ক্ৰুটি প্ৰবণ হয় আৰু ক্ৰছ ৰেফাৰেন্স আৰু পুনৰ্মিলনৰ কাৰণে কঠিন হয়

ক্ষতিপুৰণৰ নিৰীক্ষণ আৰু অনুমতিপ্ৰাপ্ত সীমা অতিক্ৰম কৰা ক্ষতিৰ কাৰণে সংক্ষিপ্ত পুথি পঞ্জী ব্যৱহাৰ কৰাটো কঠিন।

 

ৰসায়নিক পৰীক্ষা

পৰীক্ষাৰ কাৰণে ৰসায়নিক পৰীক্ষাৰ কাৰ্য্যালয়ৰ পৰা বীয়াৰৰ নমুনা পোৱা যায়

উত্পাদিত বীয়াৰ বটলত ভৰোৱাৰ আগতে ৰসায়নিক পৰীক্ষাৰ কাৰ্য্যালয়ৰ দ্বাৰা ৰসায়নিক পৰীক্ষাৰ অধীন হয়।

 

আবকাৰী বিষয়াই নমুনা সংগ্ৰহ কৰাটো নিৰীক্ষণ নকৰে

 

কেৱল এটাই ৰসায়নিক পৰীক্ষাৰ কাৰ্য্যালয় আছে যত সকলো অনুৰূপ গোটে পৰীক্ষাৰ কাৰণে নমুনা পঠাই।

ৰসায়নিক পৰীক্ষাৰ ফলাফল

ৰসায়নিক পৰীক্ষাৰ প্ৰতিবেদন জনোৱা হয়

নমুনা জমা দিয়া আৰু ৰসায়নিক পৰীক্ষাৰ প্ৰতিবেদনৰ ভাগ মেনুৱেলি হয়, যি ক্ৰুটি আৰু বিলম্ব প্ৰবণ হয়।

 

নমুনা/ ৰসায়নিক পৰীক্ষাৰ উত্পাদন ব্যৰ্থতাৰ প্ৰক্ৰিয়াটি চিনাক্ত কৰিব পৰা নযায়

বটলৰ বাবে অনুমতি

আবকাৰী বিষয়াৰ পৰা বটলত ভৰাবৰ বাবে অনুমতি লোৱা হয়।

বটলিঙৰ কাৰণে ৰসায়নিক পৰীক্ষকৰ কাৰ্য্যালয়ৰ পৰা নমুনাৰ স্বীকৃতি প্ৰতিবেদন লাভ  কৰাটো আৱশ্যক।

 

অনুজ্ঞাধাৰীয়ে বটলিং, লেবেলিং আৰু পেকিঙ আৰম্ভ কৰাৰ আগতে আবকাৰী বিষয়াৰ পৰা অনুমতি লোৱাটো আৱশ্যক।

বীয়াৰৰ বটলিং

বীয়েৰসমূহ বটলত ভৰোৱা হয় আৰু প্যাক্যাজ সামগ্ৰীসমূহ কাৰ্টুন/ বাকচত সুমোৱাই ৰখা হয়।

নথি লেখ্যৰ কাৰণে সংক্ষিপ্ত পুথি পঞ্জী বজাই ৰখা হয়, যি ক্ৰুটি আৰু বিলম্ব প্ৰবণ হয়।

অনুজ্ঞাৰ কৰণে অনুমতি

আবকাৰী আয়ুক্তালয়ৰ পৰা মদৰ পৰিবহন/ ৰপ্তানিৰ অনুজ্ঞাৰ কাৰণে অনুমতি লোৱা হয়

ভাটিখানাৰ আবকাৰী বিষয়াৰ জৰিয়তে আবকাৰী আয়ুক্তালয়ৰ পৰা অনুজ্ঞাধাৰীয়ে বীয়াৰৰ পৰিবহন/ ৰপ্তানিৰ অনুজ্ঞাৰ কাৰণে অনুমতি লয়।

 

অনুজ্ঞাধাৰীয়ে সামগ্ৰী ৰপ্তানী কৰিব বিচাৰিলে গন্তব্য ৰাজ্যৰ আমদানি অনুজ্ঞা দাখিল কৰি অসমৰ আবকাৰী সঞ্চালকৰ পৰা অনুজ্ঞা লাভ কৰিব পাৰে

১০

অনুজ্ঞাৰ অনুমতি প্ৰেৰণ কৰা

আবকাৰী বিষয়াই অনুজ্ঞাৰ অনুমতি প্ৰেৰণ কৰে

অনুজ্ঞাৰ অনুমতি প্ৰেৰণৰ নিৰীক্ষণ আবকাৰী বিষয়াৰ দ্বাৰা কৰা নহয়

১১

অনুজ্ঞাৰ অনুমোদন

আবকাৰী আয়ুক্তালয়ে বীয়াৰৰ পৰিবহন/ ৰপ্তানিৰ কৰণে অনুজ্ঞাৰ অনুমোদন জনাই

অনুজ্ঞা জাৰি কৰাৰ কৰণে মেনুৱেল প্ৰক্ৰিয়া অনুসৰণ কৰা হয় আৰু পৰিবহণ অনুজ্ঞাৰ ক্ষেত্ৰত কোনো ধৰণৰ পঞ্জী ৰখা নহয়  

১২

পৰিবহণ পাছ জাৰি

অনুজ্ঞাৰ ওপৰত ভিত্তি কৰি আবকাৰী বিষয়াই পৰিবহণ পাছ জাৰি কৰে

আবকাৰী বিষয়াৰ দ্বাৰা পৰিবহণ পাছ জাৰি কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ পঞ্জী ৰখা নহয়

 

মেনুৱেলি ৰখাৰ কাৰণে নথি লেখ্যৰ পুনঃবিবেচনা কৰা কঠিন

১৩

বীয়াৰ প্ৰেৰণ

অনুজ্ঞাধাৰীয়ে পৰিবহণ পাছৰ লগত মদ প্ৰেৰণ কৰে

অনুজ্ঞাধাৰীয়ে মদ প্ৰেৰণ কৰে আৰু অনুজ্ঞা আৰু পৰিবহণ পাছৰ সবিশেষৰ সৈতে প্ৰেৰণ পঞ্জী আপডেট কৰে

বীয়াৰসমূহ ডাঙৰ পাত্ৰৰ পৰা টেংকাৰলৈ প্ৰেপণ কৰে আৰু সংগ্ৰহণ পঞ্জীৰ আপডেট কৰা হয়।

নথি লেখ্যৰ কাৰণে সংক্ষিপ্ত পুথি পঞ্জী বজাই ৰখা হয়

 

আবকাৰী বিষয়াই এই পঞ্জীসমূহ নিৰীক্ষণ কৰে।

১৩

আবকাৰী সত্যনিৰূপণ প্ৰমাণ পত্ৰ(ই.ভি.চি.)

আবকাৰী বিষয়াৰ পৰা  বীয়াৰ সংগ্ৰহণৰ কাৰণ আবকাৰী সত্যনিৰূপণ প্ৰমাণ পত্ৰৰ আৱশ্যকতা আছে

মেন্যুৱেল ৰূপত তৈয়াৰী সত্যনিৰূপণ প্ৰমাণ পত্ৰ আৰু মেন্যুৱেল ৰূপত তৈয়াৰ কৰা নথি লেখ্যই ইয়াক কঠিন কৰি তোলে

পৰিবহণৰ সময়ত বীয়াৰৰ ক্ষতি নিৰীক্ষণ কৰাটো সম্ভৱ নহয় কাৰণ আবকাৰী সত্যনিৰূপণ প্ৰমাণ পত্ৰৰ কাৰণে কোনো পঞ্জী ৰখা নহয়।

 

প্ৰক্ৰিয়া সময়ৰেখা

প্ৰক্ৰিয়া সমাপ্তিৰ কাৰণে কোনো সময়ৰেখা বা দুটা ফলপ্ৰসূ পদক্ষেপৰ বাবে নিৰ্ধাৰিত বা সংজ্ঞা পোৱা নাযায়। উত্পাদন আৰু প্ৰেৰণ অনুজ্ঞাধাৰীৰ ব্যৱসায় চাহিদাৰ ওপৰত নিৰ্ভৰশীল। শস্যভিত্তিক উত্পাদন ফলৰ ক্ষেত্ৰত সীমিত দৃশ্যমানতা আছে। একাধিক পঞ্জী ৰখা হয়, ইয়াৰে তথ্যৰ কিছু অংশ পঞ্জীসমূহত পুনৰাবৃত্তি হৈছে। সকলো নথি লেখ্যক মেনুৱেল ৰূপত ধৰি ৰখাটো কঠিন যিহেতু এইবোৰ ক্ৰুটি পূৰ্ণ আৰু সময়ৰেখাৰ ভিতৰত এক আৰ্হি প্ৰস্তুত কৰি তথ্য আহৰণ কৰাটো কঠিন।