মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ আবকাৰী আবকাৰী আয়ুক্তালয়

ভাটিখানাসমূহৰ বিনিয়ম

ভাটিখানাসমূহৰ নিয়ন্ত্ৰণ আৰু বিনিয়ম

প্ৰণালী বিৱৰণ

প্ৰণালী বিশেষসবিশেষ

প্ৰণালী নাম

ভাটিখানাসমূহৰ নিয়ন্ত্ৰণ আৰু বিনিয়ম

 

প্ৰণালী উদ্দেশ্য

মদৰ উৎপাদনৰ নিৰীক্ষণ কৰা

 

প্ৰণালী গৰাকী

আবকাৰী বিষয়া

 

প্ৰণালী অংশগ্ৰহণকাৰীসকল

ভটিখানাৰ অনুজ্ঞাধাৰী, আবকাৰী বিষয়া/এছ.ও.ই., অনুমতি পত্ৰ জাৰি কৰা কৰ্তৃপক্ষ, ৰাসায়নিক পৰীক্ষক

 

ইনপুট

নংবিৱৰণবিন্যাসসমৰ্থনকাৰী নথিপত্ৰউৎস

ওৱাশ্ব পঞ্জী

নিৰ্ধাৰিত নহয়

প্ৰযোজ্য নহয়

অনুজ্ঞাধাৰী, আবকাৰী বিষয়া

 

ফলাফল

ক্ৰমাংকবিৱৰণবিন্যাসসমৰ্থনকাৰী নথিপত্ৰলক্ষ্য

অনুজ্ঞা

নিৰ্ধাৰিত বিন্যাস

নাই

অনুজ্ঞাধাৰী, আবকাৰী বিষয়া

পৰিবহন পাছ

নিৰ্ধাৰিত বিন্যাস

নাই

অনুজ্ঞাধাৰী, আবকাৰী বিষয়া

 

গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানসমূহ আৰু প্ৰক্ৰিয়া অন্তৰাল

ক্ৰমাংকপ্ৰক্ৰিয়া পদক্ষেপপ্ৰক্ৰিয়া বিৱৰণমন্তব্য/ প্ৰত্যাহ্বানসমূহ

কেঁচামালৰ ৰচিদ

বিভিন্ন সংক্ষিপ্ত পুথি পঞ্জীত কেঁচামালৰ ৰচিদৰ নথি লেখ্য ৰখা হয়।

সৰবৰাহকাৰীৰ বিল আৰু বোজাই গাড়ী ওজন কৰা যন্ত্ৰৰ ৰচিদৰ ওপৰত ভিত্তি কৰি একাধিক কেঁচামালৰ বাবে একাধিক পঞ্জী ৰখা হয়, ইয়াৰে তথ্যৰ কিছু অংশ পঞ্জীসমূহত পুনৰাবৃত্তি হৈছে।

ওৱাশ্বৰ প্ৰস্তুতি

কেঁচামালৰ অশুদ্ধিসমূহক আঁতৰোৱাৰ পাছত ওৱাশ্ব তৈয়াৰ হয়

ওৱাশ্ব প্ৰস্তুতিৰ পৰিমাণৰ ওপৰত উৎপাদনৰ ফল নিৰ্ভৰ কৰে

নথি লেখ্যৰ কাৰণে সংক্ষিপ্ত পুথি পঞ্জী বজাই ৰখা হয়

আবকাৰী বিষয়াই এই পঞ্জীসমূহ নিৰীক্ষণ নকৰে

মদৰ উৎপাদন

ই.এন.এ. আৰ্হি প্ৰক্ৰিয়াৰ দ্বাৰা উৎপাদিত হয়

মদৰ উৎপাদনৰ কাৰণে আৰ্হি প্ৰক্ৰিয়া অনুসৰণ কৰা হয়

নথি লেখ্যৰ কাৰণে সংক্ষিপ্ত পুথি পঞ্জী বজাই ৰখা হয়

 

আবকাৰী বিষয়াই এই পঞ্জীসমূহ নিৰীক্ষণ কৰে

অনুমোদিত ক্ষতি উপযুক্তভাৱে ইউনিট কাৰ্য্যকৰী বৈশিষ্টৰ লগত সংযুক্ত নহয়

 

মদ সংগ্ৰহ

উৎপাদিত মদ ৰিচিভাৰ ভেটৰ কাৰণে সংগ্ৰহ কৰা হয়

উৎপাদিত মদ ৰিচিভাৰ ভেটত সংগ্ৰহ কৰা হয় আৰু ৰিচিভাৰ পঞ্জী আপডেট কৰা হয়

সংক্ষিপ্ত পুথি পঞ্জী ক্ৰুটি প্ৰবণ হয় আৰু ক্ৰছ ৰেফাৰেন্স আৰু পুনৰ্মিলনৰ কাৰণে কঠিন হয়

শস্যভিত্তিক ভাটিখানাসমূহৰ উৎপাদনত সীমিত দৃশ্যমান আছে

মদৰ সংগ্ৰহণ

ডাঙৰ পাত্ৰত মদৰ সংগ্ৰহণ কৰি ৰখা হয়

ডাঙৰ পাত্ৰত মদৰ সংগ্ৰহণ কৰি ৰখা হয় আৰু এই পাত্ৰসমূহৰ পঞ্জী আপডেট কৰা হয়।

সংক্ষিপ্ত পুথি পঞ্জী ক্ৰুটি প্ৰবণ হয় আৰু ক্ৰছ ৰেফাৰেন্স আৰু পুনৰ্মিলনৰ কাৰণে কঠিন হয়

ক্ষতিপুৰণৰ নিৰীক্ষণ আৰু অনুমতিপ্ৰাপ্ত সীমা অতিক্ৰম কৰা ক্ষতিৰ কাৰণে সংক্ষিপ্ত পুথি পঞ্জী ব্যৱহাৰ কৰাটো কঠিন।

ৰসায়নিক পৰীক্ষা

পৰীক্ষাৰ কাৰণে ৰসায়নিক পৰীক্ষাৰ কাৰ্য্যালয়ৰ পৰা নমুনা পোৱা যায়

উত্পাদিত মদ ৰসায়নিক পৰীক্ষাৰ কাৰ্য্যালয়ৰ দ্বাৰা ৰসায়নিক পৰীক্ষাৰ অধীন হয়

আবকাৰী বিষয়াই নমুনা সংগ্ৰহ কৰাটো নিৰীক্ষণ নকৰে

ৰসায়নিক পৰীক্ষাৰ ফলাফল

ৰসায়নিক পৰীক্ষাৰ প্ৰতিবেদন ভাগ কৰা হয়

নমুনা জমা দিয়া আৰু ৰসায়নিক পৰীক্ষাৰ প্ৰতিবেদনৰ ভাগ মেনুৱেলি হয়, যি ক্ৰুটি আৰু বিলম্ব প্ৰবণ হয়।

নমুনা/ ৰসায়নিক পৰীক্ষাৰ উত্পাদন ব্যৰ্থতাৰ প্ৰক্ৰিয়াটি চিনাক্ত কৰিব পৰা নযায়

অনুজ্ঞাৰ কৰণে অনুমতি

আবকাৰী আয়ুক্তালয়ৰ পৰা মদৰ পৰিবহন/ ৰপ্তানিৰ অনুজ্ঞাৰ কাৰণে অনুমতি লোৱা হয়

ভাটিখানাৰ আবকাৰী বিষয়াৰ জৰিয়তে আবকাৰী আয়ুক্তালয়ৰ পৰা অনুজ্ঞাধাৰীয়ে মদৰ পৰিবহন/ ৰপ্তানিৰ অনুজ্ঞাৰ কাৰণে অনুমতি লয়।

ৰাজ্যৰ পৰা লাভ কৰা ৰাজ্যিক অনুজ্ঞাৰ ওপৰত ভিত্তি কৰি আমদানি অনুজ্ঞা প্ৰদান কৰা হয়।

অনুজ্ঞাৰ অনুমতি প্ৰেৰণ কৰা

আবকাৰী বিষয়াই অনুজ্ঞাৰ অনুমতি প্ৰেৰণ কৰে

অনুজ্ঞাৰ অনুমতি প্ৰেৰণৰ নিৰীক্ষণ আবকাৰী বিষয়াৰ দ্বাৰা কৰা নহয়

১০

অনুজ্ঞাৰ অনুমোদন

আবকাৰী আয়ুক্তালয়ে মদৰ পৰিবহন/ ৰপ্তানিৰ কৰণে অনুজ্ঞাৰ অনুমোদন জনাই

অনুজ্ঞা জাৰি কৰাৰ কৰণে মেনুৱেল প্ৰক্ৰিয়া অনুসৰণ কৰা হয় আৰু পৰিবহণ অনুজ্ঞাৰ ক্ষেত্ৰত কোনো ধৰণৰ পঞ্জী ৰখা নহয়  

১১

পৰিবহণ পাছ জাৰি

অনুজ্ঞাৰ ওপৰত ভিত্তি কৰি আবকাৰী বিষয়াই পৰিবহণ পাছ জাৰি কৰে

আবকাৰী বিষয়াৰ দ্বাৰা পৰিবহণ পাছ জাৰি কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ পঞ্জী ৰখা নহয়

১২

মদ প্ৰেৰণ

অনুজ্ঞাধাৰীয়ে পৰিবহণ পাছৰ লগত মদ প্ৰেৰণ কৰে

অনুজ্ঞাধাৰীয়ে মদ প্ৰেৰণ কৰে আৰু অনুজ্ঞা আৰু পৰিবহণ পাছৰ সবিশেষৰ সৈতে প্ৰেৰণ পঞ্জী আপডেট কৰে

মদসমূহ ডাঙৰ পাত্ৰৰ পৰা টেংকাৰলৈ প্ৰেপণ কৰে আৰু সংগ্ৰহণ পঞ্জীৰ আপডেট কৰা হয়।

নথি লেখ্যৰ কাৰণে সংক্ষিপ্ত পুথি পঞ্জী বজাই ৰখা হয়

আবকাৰী বিষয়াই এই পঞ্জীসমূহ নিৰীক্ষণ কৰে।

১৩

আবকাৰী সত্যনিৰূপণ প্ৰমাণ পত্ৰ(ই.ভি.চি.)

আবকাৰী বিষয়াৰ পৰা  মদ সংগ্ৰহণৰ কাৰণ আবকাৰী সত্যনিৰূপণ প্ৰমাণ পত্ৰৰ আৱশ্যকতা আছে

পৰিবহণৰ সময়ত মদৰ ক্ষতি নিৰীক্ষণ কৰাটো সম্ভৱ নহয় কাৰণ আবকাৰী সত্যনিৰূপণ প্ৰমাণ পত্ৰৰ কাৰণে কোনো পঞ্জী ৰখা নহয়।

 

প্ৰক্ৰিয়া সময়ৰেখা

প্ৰক্ৰিয়া সমাপ্তিৰ কাৰণে কোনো সময়ৰেখা বা দুটা ফলপ্ৰসূ পদক্ষেপৰ বাবে নিৰ্ধাৰিত বা সংজ্ঞা পোৱা নাযায়। উত্পাদন আৰু প্ৰেৰণ অনুজ্ঞাধাৰীৰ ব্যৱসায় চাহিদাৰ ওপৰত নিৰ্ভৰশীল। শস্যভিত্তিক উত্পাদন ফলৰ ক্ষেত্ৰত সীমিত দৃশ্যমানতা আছে। একাধিক পঞ্জী ৰখা হয়, ইয়াৰে তথ্যৰ কিছু অংশ পঞ্জীসমূহত পুনৰাবৃত্তি হৈছে। সকলো নথি লেখ্যক মেনুৱেল ৰূপত ধৰি ৰখাটো কঠিন যিহেতু এইবোৰ ক্ৰুটি পূৰ্ণ আৰু সময়ৰেখাৰ ভিতৰত এক আৰ্হি প্ৰস্তুত কৰি তথ্য আহৰণ কৰাটো কঠিন।