বিক্ৰী নিষিদ্ধ
বিক্ৰী নিষিদ্ধ-
- কৰ্মৰত অৱস্থাত থকা যিকোনো ৰেলৱে কৰ্মচাৰী
- যিকোনো আবকাৰী কৰ্মচাৰী আৰু ইউনিফৰ্ম পৰিহিত বা কৰ্মৰত হৈ নথকা যিকোনো পদবীৰ আৰক্ষী কৰ্মচাৰী
- আৰক্ষী বেষ্টনীত থকা যিকোনো যাযাবৰ
- যিকোনো পগলা মানুহ
- ২১ বছৰৰ কম বয়সৰ মানুহ
- মদ্যপান কৰি বা নিচাযুক্ত দ্ৰব্য খাই অহা বা খোৱা বুলি বিশ্বাস কৰা যিকোনো মানুহ
- ভাৰতীয় সেনাবাহিনীৰ যিকোনো নন-কমিচনড্ অফিচাৰ বা সেনা, ভাৰতীয় নৌ-বাহিনীৰ যিকোনো নন-কমিচনড অফিচাৰ বা নাবিক, ভাৰতীয় বায়ু সেনা বাহিনীৰ যিকোনো নন-কমিচনড অফিচাৰ বা এয়াৰমেন।
- যিকোনো গাড়ীৰ চালক